Sunday, March 26, 2023

PREVAILING SYSTEM AND IT'S MISUSES ~প্ৰচলিত ব্যৱস্হা আৰু ইয়াৰ অপব্যৱহাৰ

 *This article, based on the testimony of the Chief Public Prosecutor named DK Srivastava of Mumbai High Court, will open your eyes.*




  urgent.

  *Does India's prevailing system not betray the common people?*


  Think about it for yourself:


  1) A leader can contest from two seats, but you cannot vote in two constituencies


  2) If you are in jail, the right to vote

  They can't do everything, but a criminal leader can contest elections even while in jail.


  3) If you go to jail once in your life, you will lose your eligibility for government jobs but a leader can become prime minister or president even after going to jail many times for murder, rape, hooliganism.


  4) To be a candidate for a bank clerk job you must have at least graduation but a leader can become finance minister of India even if he can't sign or illiterate.


  5) To join the army as a junior soldier you need an education certificate and ability to run at least 10 km but if a leader is illiterate and lame too, he can easily join the army, navy  Or can become the Chief of the Air Force and also the Defense Minister!  Moreover, the leader whose descendants have never seen the face of the school and who himself is illiterate can also become the education minister of the country.


  And there is no obstacle for a leader who has thousands of allegations to become the head of the police department and even the home minister.


  If you find that in the prevailing system of India

there is an urgent need for change and equal laws should be made for both the leaders and the people , then this post is to wake up the people of the country.

  

Please help and spread this message in order to create awareness among the common masses.


  If you don't want to be a partner, you should never judge a leader's faults.

  Instead, you must accept responsibility for the harm caused by them.Additionally, many government servants serve for 30-35 years but are deprived of their pension, while an MLA/MP serving for just five years can receive pension benefits. This is a clear injustice that needs to be addressed.

 

Let us come together to demand a fair and just system that treats all citizens equally .



 Let's take this campaign forward

We really need to change this system.



In Connection With This Issue This Blog Page Makes A Call On The Lies Of Leaders:

  

If leaders are provided with an affidavit prior to assuming their position and held responsible for fulfilling the commitments they make, it would enhance the credibility of their statements, and thereby eliminate the negative perception that leaders are untruthful and deceptive.


                     অসমীয়া সংস্কৰণ

*মুম্বাই উচ্চ ন্যায়ালয়ৰ বয়োজ্যেষ্ঠ আইনজীৱী ডি কে শ্ৰীবাস্তৱৰ ভাষ্যৰ ভিত্তিত যুগুতোৱা এই লেখটোৰ দ্বাৰা আপোনাৰ চকু খোল খাব ৷*


অতিশয় গুৰুত্বপূৰ্ণ.....

*ভাৰতৰ প্ৰচলিত ব্যৱস্থাই সাধাৰণ মানুহক বিশ্বাসঘাতকতা নকৰেনে?*


আপুনি নিজেই ভাবি চাওকচোন :


১) একোজন নেতাই দুখন আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, কিন্তু আপুনি দুটা সমষ্টিত ভোটদান কৰিব নোৱাৰে৷


২) আপুনি যদি জেলত থাকে, তেন্তে ভোটাধিকাৰ

সাব্যস্ত কৰিব নোৱাৰে, কিন্তু এজন অপৰাধী নেতা জেলত থাকিলেও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে৷


৩) আপুনি যদি জীৱনত এবাৰো জেললৈ যাব লগা হয়, তেন্তে চৰকাৰী চাকৰিৰ বাবে যোগ্যতা হেৰুৱাব লাগিব৷ কিন্তু নেতা এজন অনেক বাৰ হত্যা, বলাৎকাৰ, গুণ্ডামিৰ গোচৰত জেল খাটিব লগা হ’লেও, ৰাষ্ট্ৰপতি বা আনকি প্ৰধানমন্ত্ৰী পৰ্যন্ত হ’বগৈ পাৰে৷


৪) বেঙ্কৰ কেৰাণীৰ চাকৰিৰ বাবে প্ৰাৰ্থী হ’বলৈ আপুনি  কমেও স্নাতক হোৱা প্ৰয়োজন, কিন্তু নেতা এজনে টিপচহী মাৰিলেও অথবা নিৰক্ষৰ হ’লেও ভাৰতৰ বিত্তমন্ত্ৰী হ’ব পাৰে৷


৫) সেনাবাহিনীত সামান্য চিপাহী হিচাপে যোগদান কৰিবলৈ আপোনাৰ এখন শিক্ষা বিভাগৰ প্ৰমাণপত্ৰ আৰু কমেও দহ কিলোমিটাৰ দৌৰাৰ সমৰ্থতা থাকিব লাগিব, কিন্তু নেতা যদিও নিৰক্ষৰ আৰু লেঙুৰভেঙুৰো হয়, তেওঁ অনায়াসে আৰ্মী, নেভী বা এয়াৰফোৰ্চৰ মুৰব্বী তথা প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যন্ত হ’বগৈ পাৰে! তদুপৰি যাৰ বংশৰ কোনেও আজি পৰ্যন্ত বিদ্যালয়ৰ মুখো দেখা নাই আৰু নিজেও অনাখৰী, সেই নেতা দেশৰ শিক্ষামন্ত্ৰী পৰ্যন্ত হ’ব পাৰে৷


 যি নেতাৰ বিৰুদ্ধে হাজাৰটা অভিযোগ আছে, সেই নেতাও পুলিচ বিভাগৰ মুৰব্বী আনকি গৃহমন্ত্ৰী পৰ্যন্ত হোৱাটো কোনো বাধা নাই৷


যদি আপুনি উপলব্ধি কৰে যে এই প্ৰচলিত প্ৰণালীৰ পৰিৱৰ্তন কৰা অতীব প্ৰয়োজন আৰু নেতা তথা জনগন উভয়ৰ বাবে  একে ধৰণৰ আইন প্ৰণয়ন হোৱা উচিত, তেন্তে এই পষ্টটো আগবঢ়াই দেশৰ জনতাক জাগ্ৰত কৰাত সহায় কৰক ৷


যদি এই অভিযানত আপোনাৰ অংশীদাৰ হোৱাৰ মন নাই, তেতিয়াহ’লে আপুনি কেতিয়াও এজন নেতাৰ দোষ বিচাৰ কৰিব নোৱাৰিব...

বৰং এওঁলোকৰ দ্বাৰা হ’ব লগা ক্ষতিৰ বাবে আপুনিও আপোনাৰ দায়বদ্ধতা স্বীকাৰ কৰিব লাগিব৷...

..

বহুক্ষেত্ৰত, একোজন চৰকাৰী কৰ্মচাৰীয়ে ৩০ৰ পৰা ৩৫ বছৰ পৰ্যন্ত সেৱা কৰাৰ পাছতো কৰ্মনিৰ্বৃত্তি বেতন (পেন্সন) লাভ কৰাৰ পৰা বঞ্চিত হ’ব লগা হয়৷ অথচ মাত্ৰ ৫ বছৰৰ বাবে বিধায়ক/ সংসদ হোৱাৰ পাছতো পেন্সন লাভ কৰে৷ এইটো কেনে ধৰণৰ ন্যায়সঙ্গত বিচাৰ...?



এই বিষয়টিৰ লগত সংগতি ৰাখি নেতাৰ মিথ্যাচাৰৰ ওপৰত এই ব্লগ পেজৰ তৰফৰ পৰা এটা আহ্বান:

  যদিহে নেতাসকলক কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে শপতনামা প্ৰদান কৰি (affidavit কৰাই) সিহঁতে প্ৰদান কৰিবলগীয়া প্ৰতিশ্ৰুতিৰ বাবে জবাবদিহি হ’ব পৰাকৈ আইনী ব্যৱস্থা কৰা হয়, তেতিয়াহে তেওঁলোকৰ কথাৰ বিশ্বাসযোগ্যতা থাকিব আৰু সততে মনলৈ অহা "নেতাসকল অসৎ আৰু প্ৰতাৰক" এই নেতিবাচক ধাৰণাটিৰো অৱসান ঘটিব।



No comments:

Post a Comment

PREVAILING SYSTEM AND IT'S MISUSES ~প্ৰচলিত ব্যৱস্হা আৰু ইয়াৰ অপব্যৱহাৰ

 *This article, based on the testimony of the Chief Public Prosecutor named DK Srivastava of Mumbai High Court, will open your eyes.*   urge...