Part- 4( Eng version-The final part )
POCSO ACT PUNUSHMENT
The POCSO Act provides punishment for false reporting of cases related to child sexual abuse.
Section 22 of the POCSO Act 2012 specifically addresses this issue.
As per Section 22, if someone intentionally reports false information related to any offence mentioned under sections 3, 5, 7 or 9 of the act with the intent to defame, threaten, or humiliate another person, they are committing a crime. The punishment for such a crime includes imprisonment for up to six months, a fine, or both.
However, if someone knowingly provides false information about a crime against a child and causes harm to the child through such information, the maximum punishment under the POCSO Act is one year of imprisonment, a fine, or both.
It is important to note that if a child provides false information, they will not face any punishment under the POCSO Act.
The POCSO Act does not discriminate based on gender and provides punishment for both male and female offenders. As a result, both males and females can commit an offence under the Act. The following individuals may be considered offenders under the POCSO Act: relatives of a child, public servants, police officers, members of armed or security forces, management or staff of jails or custodial institutions, management or staff members of hospitals, educational institutions or religious institutes, owners or management or staff of institutions providing services to children, persons in positions of trust or authority (such as neighbors, maids, or servants), and juveniles.
Case Study
Libnus vs State of Maharashtra
Facts:
A man of fifty years of age was holding the hand of a five-year-old girl. While he held her hand, he had his pants' zip open. The victim informed her mother that he had his penis and asked her to sleep with him.
Decision:
The accused was found guilty of aggravated sexual assault under sections 10 and 12 of the POCSO ACT, 2012, and under sections 354A and 448 of the Indian Penal Code. The court deemed the crime to have been committed under aggravated circumstances, and the victim being of a tender age, and the abuser-victim relationship being one of trust, attracted Section 7 of the POCSO Act. Consequently, he was punished under sections 10 and 12.
However, the Bombay High Court overturned this decision and found the accused guilty under section 354A of the Indian Penal Code. Although this section does not prescribe a minimum punishment, the maximum punishment is three years. The court considered that the accused had already spent five months in jail, which was sufficient punishment for the offense.
Thus, the Bombay High Court ordered the release of the accused.
চতুৰ্থ ভাগ (অসমীয়া সংস্কৰণ)
POCSO আইনৰ শাস্তিৰ বিধান
POCSO আইনৰ অধীনত শিশুৰ যৌন নিৰ্যাতনৰ সৈতে জড়িত গোচৰৰ মিছা ৰিপৰ্ট দিলে শাস্তিৰ ব্যৱস্থা ৰখা হৈছে।
২০১২ চনৰ POCSO আইনৰ ২২ নং ধাৰাত এই বিষয়টো বিশেষভাৱে উল্লেখ কৰা হৈছে।
২২ নং ধাৰা অনুসৰি যদি কোনোবাই জানি-বুজি আইনৰ ৩, ৫, ৭ বা ৯ নং ধাৰাত উল্লেখ কৰা অপৰাধৰ সৈতে জড়িত ভুল তথ্য, আন এজন ব্যক্তিক বদনাম, ভয় বা অপমান কৰাৰ উদ্দেশ্যেৰে দিয়ে তেন্তে তেওঁক অপৰাধী বুলি গণ্য কৰা হয়। এনে অপৰাধৰ শাস্তিৰ ভিতৰত ছমাহ পৰ্যন্ত কাৰাদণ্ড, জৰিমনা বা দুয়োটাকে অন্তৰ্ভুক্ত কৰা হৈছে।
তদুপৰি যদি কোনোবাই জানি-বুজি কোনো শিশুৰ বিৰুদ্ধে কৰা অপৰাধৰ বিষয়ে ভুৱা তথ্য দিয়ে আৰু এনে তথ্যৰ জৰিয়তে শিশুটিৰ ক্ষতি সাধন হয় তেন্তে POCSO আইনৰ অধীনত সৰ্বোচ্চ শাস্তি হ’ল এবছৰ পৰ্যন্ত কাৰাদণ্ড, জৰিমনা বা দুয়োটাই।
আনহাতে মন কৰিবলগীয়া যে যদি কোনো শিশুৱে ভুৱা তথ্য দিয়ে তেন্তে POCSO আইনৰ অধীনত কোনো ধৰণৰ শাস্তিৰ সন্মুখীন হ’ব নালাগে।
POCSO আইনখনে লিংগৰ ভিত্তিত বৈষম্য নকৰে আৰু পুৰুষ আৰু মহিলা উভয় অপৰাধীক শাস্তিৰ ব্যৱস্থা কৰে। ফলস্বৰূপে এই আইনৰ অধীনত পুৰুষ আৰু মহিলা উভয়ে অপৰাধ সংঘটিত কৰিব পাৰে। অপৰাধ কাৰ্যৰ লগত জড়িত হ'লে POCSO আইনৰ অধীনত তলত উল্লেখ কৰা ব্যক্তিসকলকো অপৰাধী বুলি গণ্য কৰা হয়:
শিশুৰ আত্মীয়, চৰকাৰী চাকৰিয়াল,আৰক্ষী বিষয়া, সশস্ত্ৰ বা নিৰাপত্তা বাহিনীৰ সদস্য, কাৰাগাৰ বা জিম্মাত ৰখা প্ৰতিষ্ঠানৰ পৰিচালনা সমিতি বা কৰ্মচাৰী, চিকিৎসালয়ৰ পৰিচালক বৰ্গ বা কৰ্মচাৰী, শিক্ষানুষ্ঠান বা ধৰ্মীয় প্ৰতিষ্ঠানৰ পৰিচালনা সমিতি বা কৰ্মচাৰী, শিশুক সেৱা প্ৰদান কৰা প্ৰতিষ্ঠানৰ মালিক বা পৰিচালনা সমিতি বা কৰ্মচাৰী, আস্থা বা কৰ্তৃত্বৰ পদত থকা ব্যক্তি (যেনে ওচৰ-চুবুৰীয়া, দাসী বা চাকৰ), আৰু কৈশোৰ অৱস্থাৰ কোনো ব্যক্তি।
কেচ অধ্যয়ন
লিবনাছ বনাম মহাৰাষ্ট্ৰ ৰাজ্য
তথ্য:
পঞ্চাশ বছৰীয়া এজন ব্যক্তিয়ে পাঁচ বছৰীয়া ছোৱালী এজনীৰ হাতত ধৰি আছিল। তাইৰ হাতত ধৰি থাকোতে তেওঁ তেওঁৰ পেণ্টৰ চেইন খুলিছিল। ভুক্তভোগীয়ে তাইৰ মাকক দিয়া তথ্য অনুযায়ী মানুহজনে তাইক তেওঁৰ লিংগ থকা বুলি কৈছিল আৰু তেওঁৰ লগত তাইক শুবলৈ কৈছিল।
সিদ্ধান্ত:
অভিযুক্তক POCSO ACT, 2012 ৰ ধাৰা 10 আৰু 12 লগতে ভাৰতীয় দণ্ডবিধিৰ 354A আৰু 448 ধাৰাত গুৰুতৰ যৌন নিৰ্যাতনৰ অপৰাধত দোষী সাব্যস্ত কৰা হয়। আদালতে ৰায় দিয়ে যে অপৰাধটো গুৰুতৰ(জঘন্য) পৰিস্থিতিত সংঘটিত হৈছে, আৰু ভুক্তভোগীজন হৈছে নাবালক, তদুপৰি নিৰ্যাতনকাৰী-ভুক্তভোগীৰ সম্পৰ্ক ঘনিষ্ঠ বা আস্হাৰ ওপৰত নিৰ্ভৰ কৰিছে ,সেয়েহে ই POCSO আইনৰ ৭ নং ধাৰাক আকৰ্ষণ কৰিছে। ফলস্বৰূপে আদালতে তেওঁক ১০ আৰু ১২ নং ধাৰাত শাস্তি প্ৰদান কৰে।
কিন্তু বম্বে উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত উঠাই লয় আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৫৪(A) ধাৰাত অভিযুক্তক দোষী সাব্যস্ত কৰে। যদিও এই ধাৰাত নূন্যতম শাস্তিৰ ব্যৱস্থা নাই, তথাপিও সৰ্বোচ্চ শাস্তি তিনি বছৰৰ। আদালতে ৰায় দিয়ে যে অভিযুক্তই ইতিমধ্যে পাঁচ মাহ কাৰাগাৰত কটাবলগীয়া হৈছে, যিটো তেওঁ কৰা অপৰাধটোৰ বাবে যথেষ্ট আৰু এনেদৰে বম্বে উচ্চ ন্যায়ালয়ে অভিযুক্তগৰাকীক মোকলাই দিবলৈ আদেশ দিয়ে।
বি.দ্ৰ: সাম্প্ৰতিক সময়ৰ বিষয়সমূহৰ জ্ঞান লগতে অনলাইন উপাৰ্জনৰ কৌশল ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমৰ জৰিয়তে আয়ত্ব কৰিবলৈ মোৰ এই Blog টো Follow কৰি থয় যেন। 🙏🙏 আপোনাৰ এটি মাত্ৰ কমেন্টে মোক এই Blog টো আগুৱাই নিয়াত যথেষ্টখিনি উৎসাহ উদ্দীপনা যোগাব।🙏🙏 Google ত গৈ www.onlineknowledgeandearningtips.com অথবা mottakeenur.blogspot.com চাৰ্চ কৰিলে মোৰ এই Blog টোৰ ভিতৰচ'ৰা পাব।।
No comments:
Post a Comment